গুৱাহাটী মহানগৰীত চুৰি কৰিবলৈ আহি গৃহস্থক চোকা অস্ত্ৰৰে আক্ৰমণ চোৰৰ

মহানগৰীৰ কুমাৰপাৰাত ভয়ংকৰ ঘটনা।

চুৰি কৰিবলৈ আহি গৃহস্থক চোকা অস্ত্ৰৰে আক্ৰমণ চোৰৰ।

চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত পিতৃ-কন্যা।

পলায়ন কৰা চোৰক দেখিছিল কন্যাই।

চোৰক ধৰিবলৈ চেষ্টা কৰোতে কন্যাক ব্লেডেৰে আক্ৰমণ চোৰৰ।

কন্যাক বচাবলৈ গৈ আহত পিতৃয়ো।

ডকাইতৰ চোকা অস্ত্ৰৰ আক্ৰমণত আহত পিতৃ-কন্যা আৰু মাতৃ শিহৰণকাৰী ঘটনাৰ ভাষ্য অনুসৰি-

‘ৰাতি দেৰটা মান বাজিছিল, মই যেতিয়া ওলাই হৈছিলোঁ তেতিয়া হঠাৎ ডকাইতটোক দেখিলোঁ; সি পলাবলৈ লওঁতে মই তাক ধৰিলো’

‘পলাবলৈ চেষ্টা কৰোঁতে মোক আৰু দেউতাক আক্ৰমণ কৰিলে’

Related Articles