গ্ৰীণ বাছৰ খুন্দাত প্ৰাণ গ’ল দুই যুৱকৰ

গ্ৰীণ বাছৰ খুন্দাত প্ৰাণ হেৰুৱালে দুই যুৱকে।

গ্ৰীণ বাছৰ চালকক আটক কৰাৰ বিপৰীতে পলাতক হেণ্ডিমেন।

ফাঁচী বজাৰত গ্ৰীণ বাছৰ খুন্দাত আহত দ্বিতীয়জন যপৱকৰো মৃত্যু।

গুৱাহাটীৰ এপ’ল’ হাস্পতালত মৃত্যু জ্যোতির্ময় দাসৰ।

দুর্ঘটনাটোত থিতাতে মৃত্যু হৈছিল আকাশ বড়োৰ নামৰ যুৱকজনৰ।

গুৱাহাটীৰ খাৰঘূলিত ঘৰ জ্যোতিৰ্ময় দাস আৰু আকাশ বড়োৰ।

নিশা ১০.৩০ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় জ্যোতিৰ্ময়ৰ।

Related Articles