ঘনকান্ত গগৈৰ এটাৰ পাছত আনটো ক’লা অধ্যায় পোহৰলৈ…

ঘনকান্ত গগৈৰ এটাৰ পাছত আনটো ক’লা অধ্যায় পোহৰলৈ।

শিৱসাগৰ বেতবাৰীৰ দ-গাঁৱৰ জিণ্টু চেতিয়া নামৰ এজনকো প্ৰৱঞ্চনা।

জিন্টু চেতিয়াৰ দুখন এক্সকেভেটৰ চুক্তি কৰি ভাড়ালৈ লৈছিল ঘনকান্তই।

ভাড়ালৈ নিয়াৰ পাছত দুয়োখন বাহন বিক্ৰী কৰে ঘনকান্তই।

এই সন্দৰ্ভত শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীয়ে।

নাগালেণ্ডৰ টুইনচাঙৰ পৰা উদ্ধাৰ হয় এখন এক্সকেভেটৰ।

ঘাতক ঘনকান্তক কঠোৰতম শাস্তি বিহাৰ দাবী ভুক্তভোগীৰ।

Related Articles