ঘাতক ঘনকান্ত গগৈৰ পত্নীৰ আৰক্ষীৰ ওচৰত আত্মসমর্পণ।
ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ জোনমণি গগৈৰ।
লতাশিল থানাত ঘনকান্তক মাৰাথন জেৰা আৰক্ষীৰ।
দৈনিক SIT-এ জেৰা চলাইছে ঘনকান্ত গগৈক।
জেৰাত আত্মৰক্ষাৰ বাবে গুলীচালনাৰ কথা উল্লেখ ঘনকান্তৰ।
আজি অধিবক্তাক লগত লৈ ধেমাজি থানাত উপস্থিত ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈৰ।

