জুবিনৰ নামত আকৌ নতুন খেলা আৰম্ভ নকৰিবলৈ সামাজিক মাধ্যমত ভগ্নী পামীৰ পোষ্ট

‘কোনে কাক বিশ্ব দৰবাৰলৈ লৈ গৈছিল?’

‘জুবিন গাৰ্গৰ নামত আকৌ নতুন খেলা আৰম্ভ কৰাৰ চেষ্টা নকৰিব!’

জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ বিশেষ পোষ্ট।

শ্যামকানু মহন্তৰ পত্নীক প্রত্যাহ্বান জুবিন ভগ্নী পামী বৰঠাকুৰৰ ফেচবুক পোষ্ট।

জুবিনৰ নামত আকৌ নতুন খেলা আৰম্ভ নকৰিবলৈ সামাজিক মাধ্যমত ভগ্নী পামীৰ পোষ্ট।

সামাজিক মাধ্যমত জুবিন ভগ্নীৰ এইদৰে পোষ্ট দিছে-

“কোনে কাক বিশ্ব দৰবাৰলৈ লৈ গৈছিল??? জুবিন গাৰ্গৰ নামত আকৌ নতুন খেলা আৰম্ভ কৰাৰ চেষ্টা নকৰিব! আমাক ন্যায় লাগে জুবিন গাৰ্গৰ হত্যাকাৰীক উপযুক্ত শাস্তি দি, চিধা কথা!”

Related Articles