তেজপুৰৰ ডিপোটাত নিশা দুৰ্ঘটনা৷
১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰে মালবাহী ট্ৰাক৷
নিয়ন্ত্ৰণ হেৰুৱাই পথাৰৰ দ-অংশত সোমাই পৰে ট্ৰাকখন৷
ডিপোটা দলঙৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা৷
ট্ৰাকখন উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখে যান-বাহন আৰক্ষীয়ে৷