Breaking

দক্ষিণ ব্ৰাজিলত প্ৰচণ্ড বৰষুণৰ ফলত ১০ জনৰ মৃত্যু! ২১জন নিৰুদ্দেশ…

0 15

দক্ষিণ ব্ৰাজিলত ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ।

প্ৰচণ্ড ধলে ভাঙি পেলাইছে বহু পথ আৰু দলং।

ৰিঅ’ গ্ৰেণ্ডে ড’ ছুলত এই ঘটনা।

বৰষুণ আৰু ধুমুহাৰ ফলত বৃদ্ধি পাইছে বিভিন্ন নদীৰ জলস্তৰ।

ধুমুহাৰ বাবে স্থানান্তৰিত কৰা হৈছে ৩,৪০০তকৈ অধিক লোকক।

ৰিঅ’ গ্ৰেণ্ডে ড’ ছুল ৰাজ্যত চলিত সপ্তাহত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত দহজন লোকৰ মৃত্যু হোৱাৰ লগতে ২১জন নিৰুদ্দেশ হৈ আছে। স্থানীয় চৰকাৰে সকীয়াই দিছে যে পৰিস্থিতি সংকটজনক আৰু অধিক অৱনতি ঘটিব পাৰে।


Leave A Reply