দিছপুৰ, মধ্য গুৱাহাটী; নিউ গুৱাহাটী সমষ্টিত কোন আগবাঢ়ি আছে…

পঞ্চম ৰাউণ্ডৰ অন্তত দিছপুৰ সমষ্টিৰ ফলাফল।

বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ অগ্ৰগতি।

দিছপুৰ সমষ্টিত ২৫,৬৪৪টা ভোটত প্ৰদ্যুৎ বৰদলৈৰ অগ্ৰগতি

চতুৰ্থ ৰাউণ্ডৰ অন্তত মধ্য গুৱাহাটী সমষ্টিৰ ফলাফল।

বিজেপি- ১৬৮৯২

অজাপ-৯৫৪৩

সপ্তম ৰাউণ্ডৰ অন্তত নিউ গুৱাহাটী সমষ্টিৰ ফলাফল।

বিজেপি-৩৭৭৪২

কংগ্রেছ- ১৮৯২৪

Related Articles