Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
দুৰ্যোগ
অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে
৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM
গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন
Minister Bimal Bara stop the convoy:কনভয় ৰখাবলৈ নিৰ্দেশ দি গাড়ীৰপৰা নামি আহিল কিয় মন্ত্ৰী বিমল বড়াই !
দুৰ্ঘটনা
দৈনন্দিন বাৰ্তা
-
October 7, 2024
(Minister Bimal Bara)বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই মানৱ সভ্যতাক উন্নতিৰ উচ্চ শিখৰলৈ নিছে যদিও মানৱীয় প্ৰমুল্যবোধ কৰবাত যেন হেৰাই যোৱাৰ অনুভৱ হয় ৷ মানৱীয় প্ৰমুল্যবোধ হেৰাই যোৱাৰ দুচিন্তাৰ মাজতে কেতিয়াবা কেতিয়াবা সমাজত দুই এক এনেধৰণৰ ইতিবাচক ঘটনা পৰিলক্ষিত হয় যিবোৰে মানুহৰ মন মগজুত পুনৰ মানৱীয় প্ৰুমুল্যবোধ জগাই তোলে ৷ ভূপেনদাৰ সেই কালজয়ী গীত- “মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে , ভাবিব কোনে কোৱা”প্ৰত্যকৰে মন মগজুত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে ৷ আৰু মানৱ সমাজে পুনৰ মানৱীয় প্ৰমুল্যবোধ জগাই তোলাৰ প্ৰয়াস কৰে ৷ (convoy)
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নয়না দেৱীয়েঃ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ দহটা দিনে জীৱন মৃত্যুৰে যুঁজিছিল মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী গৰাকীয়ে
দুৰ্যোগ
দৈনন্দিন বাৰ্তা
-
August 28, 2024
২৮ আগষ্টঃ এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ বিগত দহটা দিনে জীৱন মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নয়না দেৱীয়ে...
গুৱাহাটী মহানগৰীৰ মাণিকনগৰত শ্বৰ্ট-চাৰ্কিটৰ ফলত নিশা অগ্নিকাণ্ড…
দুৰ্যোগ
দৈনন্দিন বাৰ্তা
-
August 27, 2024
গুৱাহাটী মহানগৰীৰ মাণিকনগৰত নিশা অগ্নিকাণ্ড। শ্বৰ্ট-চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত। কথমপি ৰক্ষা পৰে আৱাসিক এলেকাটো। অগ্নিনিৰ্বাপক বাহিনী, স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপণ।
পুনৰ কৃত্ৰিম বান গুৱাহাটী মহানগৰীত…
দুৰ্যোগ
দৈনন্দিন বাৰ্তা
-
August 20, 2024
নিশাৰে পৰা গুৱাহাটীত নেৰানেপেৰা বৰষুণ৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন পথত কৃত্ৰিম বান ৷ ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা৷
স্মাৰ্ট চিটি গুৱাহাটী এজাক বৰষুণতেই কৃত্ৰিম বানত হাহাকাৰ অৱস্থা…
অসম
দৈনন্দিন বাৰ্তা
-
August 5, 2024
স্মাৰ্ট চিটি গুৱাহাটী। স্মাৰ্ট চিটি বুলি ক'লেই ধাৰণা এটা মনলৈ আহে যে চাৰিওফালে বিকাশ, প্ৰগতি, ভাল ৰাস্তা ঘাট, উদ্যোগ, অট্টালিকা আদিৰে সমাহাৰ এখন ঠাই।...
1
...
29
30
31
...
44
Page 30 of 44
Popular
ASSAM FOCUSৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠানত ‘দৈনন্দিন বাৰ্তা’ৰ স্বত্বাধিকাৰী তথা সম্পাদক শংকৰ গোহাঞি
দৈনন্দিন বাৰ্তা
-
March 15, 2026