August 27, 2024 গুৱাহাটী মহানগৰীৰ মাণিকনগৰত শ্বৰ্ট-চাৰ্কিটৰ ফলত নিশা অগ্নিকাণ্ড… Share FacebookTwitterWhatsAppTelegramKooEmail গুৱাহাটী মহানগৰীৰ মাণিকনগৰত নিশা অগ্নিকাণ্ড। শ্বৰ্ট-চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত। কথমপি ৰক্ষা পৰে আৱাসিক এলেকাটো। অগ্নিনিৰ্বাপক বাহিনী, স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপণ। Author: দৈনন্দিন বাৰ্তা Related Articles নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - June 11, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026