জোনাইত চিমেন নৈৰ সংহাৰ অব্যাহত।
ফেনে-ফোটোকাৰে বাঢ়িছে চিমেন নৈৰ জলস্তৰ।
সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈছে ৰে’ল সেৱা।
প্ৰবল বানৰ লগতে সৃষ্টি হৈছে খহনীয়াৰো।
খহনীয়াৰ কবলত পৰা বহু পৰিয়াল ঢাপলি মেলিছে নিৰাপদ স্থানলৈ।
পৰিস্থিতি পর্যবেক্ষণ NF ৰে’লৱে’ৰ ৭ জনীয়া দল উপস্থিত।
চিমেন চাপৰিত বানে উটুৱাই নিয়া দলং পৰিদৰ্শন দলটোৰ।
দলটোত আছে NF ৰে’লৱে’ৰ GMৰ লগতে DRM।
পানী হ্রাস পালেহে নিৰ্মাণ কৰিব পৰা যাব দলংখন।

