ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ।
মুখ্যমন্ত্ৰীলৈ ফোন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।
ফোনযোগে বান পৰিস্থিতিৰ বুজ ল’লে গৃহমন্ত্ৰীয়ে।
কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো সহায়-সহযোগ আগবঢ়োৱাৰ আশ্বাস।
ধেমাজিৰ লগতে ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
সকলো সহায়-সহযোগৰ আশ্বাস কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ।
সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

