ধৰ্ম

Chhath Puja 2024: আজিৰে পৰা আৰম্ভ হৈছে ষট্ পূজা, ষট্ পূজাৰ প্ৰসাদ “ঠেকুৱা” স্বাস্থ্যৰ বাবে অমৃত

ঘেঁহু গুড়েৰে নিৰ্মিত ষট্ পূজাৰ প্ৰসাদ “ঠেকুৱা” স্বাস্থ্যৰ বাবে অমৃত। ঠেকুৱা খালে এবিধ বিশেষ ৰোগ নিৰাময় হয়।(Chhath Puja 2024)

Puri Jagannath Temple: পুৰী জগন্নাথ মন্দিৰৰ দেৱালত একাধিক ফাট

পুৰী মন্দিৰৰ পৰিস্থিতিক লৈ মন্দিৰ কৰ্তৃপক্ষ আৰু বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰিছে। ৰাজ্যৰ আইন মন্ত্ৰী পৃথ্বীৰাজ হৰিচন্দনে কয় যে, আমি তদন্ত কৰি আছো যে কিয় বেৰত ফাট মেলিছে। দেৱাল মেৰামতিৰ বাবে সাজু হৈছে ASI।(Puri Jagannath Temple)

Hanuman chalisa: মঙলবাৰে পাঠ কৰক হনুমান চালিছা, কেৰিয়াৰৰ অগ্ৰগতিৰ লগতে দূৰ হ’ব এই সমূহ অসুবিধা

মঙলবাৰে ভগৱান হনুমানক সন্তুষ্ট কৰিবলৈ এজন ব্যক্তিয়ে ৰীতি-নীতি অনুসৰি হনুমান চালিছা পাঠ কৰিব লাগে। হনুমান চালিছা পাঠ কৰিলে বহুতো অলৌকিক উপকাৰ পোৱা যায়।(Hanuman chalisa)

Planet Transit November: নৱেম্বৰ মাহত এই তিনিটা ৰাশিৰ সলনি হ’ব ভাগ্য, মনৰ ইচ্ছা পূৰণ হ’ব

জ্যোতিষৰ মতে নৱেম্বৰ মাহটো অতি বিশেষ হ’ব। এই মাহত সূৰ্য্য আৰু শুক্ৰকে ধৰি বহু বৃহৎ গ্ৰহৰ গতি সলনি হ’ব, যাৰ প্ৰভাৱ আটাইকেইটা ১২ ৰাশিৰ লোকৰ ওপৰত দেখা যাব।(Planet Transit November)

Kedarnath Dham Door Closed: আজিৰে পৰা বন্ধ কেদাৰনাথ ধামৰ দুৱাৰ, সেনাৰ বেণ্ডৰ সুৰত নৃত্য ভক্তৰ

আজিৰে পৰা ছমাহলৈ বন্ধ হৈ পৰিল কেদাৰনাথ ধামৰ দুৱাৰ। শীতকালৰ বাবে পুৱা ৮.৩০ বজাৰ পৰা বন্ধ কৰা হ'ল দুৱাৰ। কেদাৰনাথ ধামৰ দুৱাৰ বন্ধ হোৱা উপলক্ষে সেনাৰ বেণ্ডৰ সুৰত নৃত্য ভক্তৰ।(Kedarnath Dham Door Closed)

Popular