Breaking

পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধনখৰ হ’ব এন.ডি.এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী…

0 71
  • এন ডি এয়ে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।

  • জগদ্বীপ ধনখৰ হ’ব বিজেপিৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।

  • পশ্চিমবংগৰ বৰ্তমানৰ ৰাজ্যপাল জগদ্বীপ ধনখৰ।

  • কিছু সময়ৰ পূৰ্বে ঘোষণা কৰা হ’ল উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।

  • দিল্লীত অনুষ্ঠিত বিজেপিৰ সংসদীয় ব’ৰ্ডৰ বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত।

  • বিজেপিৰ সভাপতি জে পি নড্ডাই ৰাজহুৱা কৰিলে এই কথা।
Leave A Reply