পাকিস্তানৰ কৰাচীত আত্মঘাতী বোমা বিস্ফোৰণ

পাকিস্তানৰ কৰাচীত আত্মঘাতী বোমা বিস্ফোৰণ।

বোমা বিস্ফোৰণত ৪জনকৈ লোকৰ মৃত্যু।

মৃতকৰ সংখ্যা আৰু বৃদ্ধিৰ পোৱাৰ আশংকা।

ঘটনাত আহত হৈছে আন ৩জন লোক।

পাক ৰেঞ্জাৰ্ছৰ মুখ্য কাৰ্যালয়ৰ সমীপত এই ঘটনা।

আত্মঘাতী বোমাৰুৱে লক্ষ্য কৰি লৈছিল কার্যালয়টো।

আত্মঘাতী বোমাৰুৰ সৈতে সহযোগীৰ ধাৰাসাৰ গুলীবর্ষণ।

আধা ঘণ্টা সময় ধৰি নিৰাপত্তা বাহিনীৰে গুলীবর্ষণ বন্দুকধাৰীৰ।

কাৰ্যলয়টোৰ চৌহদ ৰক্ষা কৰি থকা ৰেঞ্জাৰছৰ চাৰিজন জোৱানে প্ৰাণ হেৰুৱায়।

এতিয়ালৈকে কোনো সংগঠনে স্বীকাৰ কৰা নাই আক্ৰমণৰ দায়িত্ব।

শনিবাৰে নিশা এই ঘটনা সংঘটিত হয়।

Related Articles