পাণ্ডু ঘাটত ষঠ পূজাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

পৱিত্ৰ ষঠ পূজা উপলক্ষে পাণ্ডু ঘাটত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

ব্ৰহ্মপুত্ৰৰ পাৰত বৃহত্তৰ পাণ্ডু-মালিগাঁও অঞ্চলৰ ষঠ পূজাত অংশ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসমবাসীৰ সুখ-শান্তি আৰু মংগল কামনাৰ বাবে পূজা-অৰ্চনা মুখ্যমন্ত্ৰীগৰাকীৰ।

সূৰ্য দেৱতা আৰু ষঠী মায়াক পূজা-অৰ্চনা মুখ্যমন্ত্ৰীৰ।

ষঠ পূজা উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।






Related Articles