ৰাজ্যবাসীৰ মূৰত মাধমাৰ চৰকাৰৰ।
পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
৫ দিনত দেশত দুবাৰকৈ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি।
পুনৰ পেট্ৰ’লত ৮৭ পইচা আৰু ডিজেলত ৯১ পইচা বৃদ্ধি।
আজিৰ দিনটোত গুৱাহাটীত পেট্ৰ’লৰ দাম ১০২.১৬ টকা।
প্ৰতি লিটাৰ ডিজেলত দাম হৈছেগৈ ৯৩.৪৫ টকা।

