দেশত পুনৰ বৃদ্ধি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।
একে কোবে প্রায় ১০০০ টকালৈ দাম বৃদ্ধি বাণিজ্যিক চিলিণ্ডাৰৰ।
১৯ কেজিৰ প্ৰতিটো চিলিণ্ডাৰত ৯৯৩ টকাকৈ বৃদ্ধি।
৫ কেজিৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ২৬১ টকাকৈ বৃদ্ধি।
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে দাম বাঢ়িল চিলিণ্ডাৰৰ।
অৱশ্যে বৃদ্ধি হোৱা নাই ঘৰুৱা চিলিণ্ডাৰৰ দাম।
ভাৰতীয় তেল নিগমে প্ৰকাশ কৰিছে এই তথ্য।

