ফাষ্টট্ৰেক আদালতত অব্যাহত জুবিন গাৰ্গ হত্যাৰ গোচৰৰ বিচাৰ।
আজি আদালতত সাক্ষ্য দিব ছিংগাপুৰৰ দ্বিতীয়গৰাকী প্ৰৱাসী অসমীয়াই।
আদালতত সাক্ষ্যদান কৰিব সুস্মিতা গোস্বামীয়ে।
জুবিন গাৰ্গৰ সৈতে য়টত আছিল সুস্মিতা গোস্বামী।
জুবিন গাৰ্গৰ অন্তিম সময়ৰ ভিডিঅ’ নিজৰ মোবাইলত আবদ্ধ কৰিছিল সুস্মিতাই।
সুস্মিতাৰ সাক্ষ্যই নিৰ্ধাৰণ কৰিব ঘটনাৰ বহু গুৰুত্বপূৰ্ণ দিশ।

