Breaking

বন্ধুত্ব দিৱসত অনুপম খেৰে সতীশ কৌশিকক স্মৰণ কৰি এখন ফটো শ্বেয়াৰ কৰি লিখিছে- ‘আজি তোমাক বহুত মিছ কৰিছো’…

0 79

বন্ধুত্ব দিৱসত অনুপম খেৰে সতীশ কৌশিকক স্মৰণ কৰি এখন ফটো শ্বেয়াৰ কৰি লিখিছে- ‘আজি তোমাক বহুত মিছ কৰিছো’। অনুপম খেৰ আৰু প্ৰয়াত অভিনেতা সতীশ কৌশিক আছিল অতি ঘনিষ্ঠ বন্ধু। কিন্তু চলিত বৰ্ষৰ ৯ মাৰ্চত হঠাৎ হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় সতীশ কৌশিকৰ। আজি বন্ধুত্ব দিৱস আৰু ছচিয়েল মিডিয়াত বন্ধু-বান্ধৱীৰ সৈতে মৰমলগা বাৰ্তা লিখিছে। বন্ধুত্ব দিৱসৰ এই বিশেষ উপলক্ষে অনুপম খেৰে আকৌ এবাৰ তেওঁৰ প্ৰিয় বন্ধু সতীশ কৌশিকক স্মৰণ কৰিছে।

অনুপম খেৰে নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টৰ প্ৰথম ছবিখনত অনুপমক অনিল কাপুৰৰ সৈতে দেখা গৈছে। দ্বিতীয়খন ফটোত তেওঁৰ সৈতে সতীশ কৌশিকক দেখা গৈছে। অনুপম খেৰে এই পোষ্টটোৰে লিখিছে- ‘বন্ধুত্ব দিৱসৰ শুভেচ্ছা থাকিল! আজি মই সতীশক বহুত মিছ কৰিছো!’


Leave A Reply