বিনামূলীয়া নহ’ব UPI চাৰ্ভিছঃ ২ হাজাৰ টকা পৰ্যন্ত UPI বিনামূলীয়া

এতিয়াৰে পৰা আৰু বিনামূলীয়া নহ’ব UPI চাৰ্ভিছ।

UPIৰ ২ হাজাৰৰ ওপৰৰ মাৰচেণ্ট পেমেণ্টত নতুন চাৰ্জ আৰোপ।

২ হাজাৰৰ ওপৰত পেমেণ্টত ভৰিব লাগিব ০.৪% মাচুল।

১৫ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম।

৫০,০০০ টকাত ২০০ টকা, ৭৫,০০০ টকাত ৩০০ টকা মাচুল।

অৱশ্যে ২ হাজাৰ টকা পৰ্যন্ত UPI বিনামূলীয়া।

Related Articles