বিশিষ্ট অভিনেত্রী চেতনা দাসৰ নাতি দেৱ শংকৰ নাথৰ মৃত্যু।
চেতনা দাসৰ ডাঙৰ কন্যাৰ একমাত্ৰ পুত্ৰৰ মৃত্যু।
শুকুৰবাৰে নিশা দুৰ্ঘটনাত পতিত হৈ মৃত্য়ু হয় দেৱ শংকৰৰ।
গুৱাহাটী ক্লাবৰ সমীপৰ উৰণ সেতুৰ ডিভাইদাৰত খুন্দা মাৰে বাহনে।
নাট্যদল ছিগালৰ সৈতে জড়িত আছিল অভিনেতাজন।

