জনপ্ৰিয় কণ্ঠশিল্পী সুমন কল্যাণ দত্তৰ অকাল বিয়োগ।
শিল্পীগৰাকীয়ে পশ্চিমীয়া সংগীতক অসমৰ প্ৰেক্ষাপটত দিছিল বিশেষ মাত্ৰা।
পশ্চিমীয়া সংগীতৰ ক্ষেত্ৰখনত SKD নামেৰে খ্যাত সুমন।
‘SKD Music Band’ ৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত তেওঁ এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ।
তেওঁৰ মৃত্যুত সংস্কৃতিলৈ তেওঁৰ অপৰিসীম অৱদানক স্মৰণ জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি।

