বৃদ্ধি হ’ব লোকসভাৰ আসনৰ সংখ্যা।
৮৫০খন আসন বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ।
সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কৰ গুৰুত্বপূৰ্ণ সংশোধনীত অনুমোদন।
প্ৰস্তাৱিত সংশোধনী অনুসৰি ৰাজ্যসমূহত লোকসভাৰ আসনৰ সংখ্যা ৫০ শতাংশলৈ বৃদ্ধিৰ ব্যৱস্থা।