ব্রিটেইনৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগ।
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ পদত্যাগ।
প্ৰধানমন্ত্ৰীৰ পদ এৰিলে কেইৰ ষ্টাৰমাৰে।
সংবাদমেল সম্বোধন কৰি পদত্যাগৰ কথা ঘোষণা ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীৰ।
ব্রিটেইনত ১০ বছৰত ষষ্ঠজন প্ৰধানমন্ত্ৰীৰ পদত্যাগ।
এণ্ডি বার্ণহাম হ’ব পাৰে পৰৱৰ্তী প্রধানমন্ত্রী।

