মনোৰঞ্জন

Sunjay Kapur: কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সুঞ্জয় কাপুৰৰ অন্ত্যেষ্টিক্ৰিয়া পলম হ’ব, পোহৰলৈ আহিছে ইয়াৰ কাৰণ !

ভাৰতীয় সুপৰিচিত উদ্যোগপতি তথা অভিনেত্ৰী(Sunjay Kapur) কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সুঞ্জয় কাপুৰৰ ৫৩ বছৰ বয়সত দেহাৱসান ঘটে।

Sushant Singh Rajput: মৃত্যুৰ পাঁচ বছৰৰ পাছতো চৰ্চাত কিয় সুশান্ত ?

আজি বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং(Sushant Singh Rajput)ৰাজপুতৰ পঞ্চম মৃত্যুবাৰ্ষিকী। মৃত্যুৰ পাঁচ বছৰৰ পাছতো তেওঁ শিৰোনামত আছে।

Air India Plane Crash: দুৰ্ঘটনাত নিহত লোকৰ পৰিয়াললৈ ১ কোটিকৈ সাহায্য ঘোষণা টাটাৰ, দিলে আশ্বাস …

Air India Plane Crash । আহমেদাবাদত আজি দুপৰীয়া সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাই দেশজুৰি সৃষ্টি কৰিছে গভীৰ চাঞ্চল্য। আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ AI-171 নম্বৰৰ বিমানখন উৰণৰ কিছুসময় পাছতেই চিকিৎসালয়ৰ আৱাসৰ ওপৰত বাগৰি পৰে। এই বিধ্বংসী দুৰ্ঘটনাত বিমানখনত থকা ২৪২ গৰাকী লোকৰ লগতে চিকিৎসালয়ৰ হোষ্টেলত থকা কেইবাগৰাকীও চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ মৃত্যুৰ আশংকা প্ৰকাশ পোৱা গৈছে।

আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত উত্তৰ-পূবৰ ২ যুৱতী । Ahmedabad Plane Crash

আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত উত্তৰ-পূবৰ ২ যুৱতী । Ahmedabad Plane Crash

আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাঃ সংক্ষেপে তথ্যভিত্তিক খবৰ । Air India Plane Crash

আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাঃ সংক্ষেপে তথ্যভিত্তিক খবৰ । Air India Plane Crash

Popular