মনোৰঞ্জন

Sonakshi-Zaheer: বিয়াৰ পিছত সোনাক্ষীৰ প্ৰথম ঈদ, শাহুৱেকে অভিনেত্ৰীগৰাকীক কিমান ভাল পায়; ক’লে সকলো কথা…

সোনাক্ষী-জহিৰৰ বিয়াৰ পিছত প্ৰথম ঈদ! শাহুৱেকে অভিনেত্ৰীগৰাকীক কিমান ভাল পায়? সোনাক্ষীয়ে কেইবাটাও সাক্ষাৎকাৰত কৈছিল যে তেওঁলোকে প্ৰথমে সিদ্ধান্ত লৈছিল যে কোনেও ধৰ্ম সলনি নকৰে। অৱশ্যে ইজনে সিজনৰ ধৰ্মক সন্মান কৰে।(Sonakshi-Zaheer)

Malaika Arora: আকৌ প্ৰেমত পৰিছে নেকি মালাইকা অৰোৰা ? বৰ্ষাপাৰাত প্ৰাক্তন ক্ৰিকেটাৰ ছাংগাকাৰাৰ সৈতে দেখা গ’ল মালাইকাক !

মালাইকা অৰোৰা আকৌ প্ৰেমত পৰিছে নেকি? আই পি এলৰ খেলৰ সময়ত প্ৰাক্তন ক্ৰিকেটাৰ সাংগাকাৰাৰ সৈতে দেখা গ'ল মালাইকাক।(Malaika Arora)

Sukur-Karishma: আহি আছে শুকুৰ-কৰিশ্মাৰ নতুন প্ৰজেক্ট ! শুকুৰৰ সৈতে শ্বুটিং কৰি ক’লে কৰিশ্মাই ?

অতি সোনকালে দুয়োকে একেলগে দেখিবলৈ পাব। দুয়ো বৰ্তমান ব্যস্ত নতুন প্ৰজেক্টৰ শ্বুটিঙত। শুকুৰ-কৰিশ্মাৰ উপৰিও আৰু বহুলোকে অভিনয় কৰিছে তেওঁলোকৰ নতুন প্ৰজেক্টত।(Sukur-Karishma)

Shraddha Kapoor: মুম্বাইৰ ৰাজপথত শ্ৰদ্ধা কাপুৰৰ নতুন গাড়ী, যাৰ মূল্য প্ৰায় ২.৯৩ কোটি টকা

শ্ৰদ্ধা কাপুৰৰ নতুন গাড়ীখন মুম্বাইৰ ৰাজপথত দ্ৰুতগতিত চলি আছে। অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে শেহতীয়াকৈ ক্ৰয় কৰিছে এখন নতুন বিলাসী গাড়ী Lexus LM 350h। অভিনেত্ৰীগৰাকীৰ নতুন গাড়ীৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে।(Shraddha Kapoor)

Bones Strong: মহিলাসকলে ৩০ বছৰৰ পিছত এই ৪ বিধ খাদ্যৰ পৰিমাণ বৃদ্ধি কৰিব লাগে, তেতিয়াহে হৈ থাকিব হাড় শক্তিশালী

মহিলাসকলে ৩০ বছৰ বয়সৰ পিছত হাড়ৰ লগত জড়িত বহু সমস্যাৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰে। বিশেষকৈ যদি আপুনি ব্যায়াম নকৰে বা ওজন নিয়ন্ত্ৰণ নকৰে। এনে পৰিস্থিতিত এই খাদ্যসমূহ খাদ্যত অন্তৰ্ভুক্ত কৰিলে সকাহ পাব পাৰে।(Bones Strong)

Popular