মনোৰঞ্জন

Teddy Day: আজি ‘টেডী ডে’, টেডি বিয়েৰৰ ৰঙৰ অৰ্থ জানি লওক

ভেলেণ্টাইন সপ্তাহৰ চতুৰ্থ দিনটো টেডি ডে' হিচাপে পালন কৰা হয়। বন্ধু-বান্ধৱী, প্ৰেমিক-ভাই-ভনী আনকি ওচৰ-চুবুৰীয়াৰ লগতো এই দিৱস পালন কৰিব পাৰে।(Teddy Day)

Barsha Rani Bishaya: কন্যাৰ নাম ৰাজহুৱা কৰিলে ভাস্কৰ-বৰষাই

কন্যাৰ নাম ৰাজহুৱা কৰিলে ভাস্কৰ-বৰষাই।(Barsha Rani Bishaya)২৩ ডিচেম্বৰত বৰষা ৰাণী বিষয়াৰ কোলা শুৱনি কৰিছিল মৰম লগা কন্যা সন্তানে ।

Naga Chaitanya: ‘মই নিজকে অপৰাধী অনুভৱ কৰিছো’, সামান্থাৰ সৈতে বিচ্ছেদৰ কথা মুকলিকৈ ক’লে নাগা চৈতন্যই

নাগাই স্পষ্টকৈ কৈছে যে তেওঁৰ জীৱনটোক ‘মনোৰঞ্জন’ হিচাপে চোৱাৰ প্ৰৱণতা দেখা গৈছে। ‘মই নিজকে অপৰাধী অনুভৱ কৰিছো’, সামন্তৰ সৈতে বিচ্ছেদৰ কথা মুকলিকৈ ক'লে নাগা চৈতন্যই।(Naga Chaitanya)

Valentine Week: আৰম্ভ ভেলেণ্টাইন সপ্তাহ, আজি ৰোজ ডে’…

প্ৰেমময় দম্পতীৰ বাবে ভেলেণ্টাইন সপ্তাহ অতি বিশেষ। ভেলেণ্টাইন সপ্তাহ আৰম্ভ হয় ৰোজ ডে’ৰ পৰা, আনহাতে ভেলেণ্টাইন সপ্তাহৰ শেষৰ দিনটো ভেলেণ্টাইন ডে’। (Valentine Week)

Deepjyoti Keot: বিবাহপাশত আৱদ্ধ ‘মোহন’খ্যাত অভিনেতা দীপজ্যোতি কেওট

বিবাহপাশত আৱদ্ধ হ’ল ‘মোহন’খ্যাত জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট৷ (Deepjyoti Keot)

Popular