মনোৰঞ্জন

Saif Ali Khan: ছেইফক আক্ৰমণ, ৩জনক আটক কৰি জেৰা অব্যাহত আৰক্ষীৰ

মুম্বাই আৰক্ষীয়ে ছেইফৰ ঘৰত কৰ্মৰত তিনিজন লোকক আটক কৰে। তিনিওজনকে থানালৈ লৈ গৈছে, বৰ্তমান তেওঁলোকক জেৰা অব্যাহত ৰখা হৈছে।(Saif Ali Khan)

World’s Richest Actress: ৬৬ হাজাৰ কোটি টকাৰ মালিক এইগৰাকী অভিনেত্ৰী, নাই এখনো হিট ছবি

৬৬ হাজাৰ কোটি টকাৰ মালিক এইগৰাকী সৌন্দৰ্য, বিশ্বৰ আটাইতকৈ ধনী অভিনেত্ৰী, কিন্তু এখনো হিট ছবি দিয়া নাই, ৫৯ বছৰ বয়সতো তেওঁৰ মুখত আছে পোহৰৰ বিকিৰণ।(World's Richest Actress)

Dhanashree Verma: যুজবেন্দ্ৰ চাহালৰ সৈতে বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে ধনশ্ৰীৰ আৱেগিক পোষ্ট!

বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে ধনশ্ৰী ভাৰ্মাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। এই পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে নিজৰ যন্ত্ৰণাৰ কথা উল্লেখ কৰিছে। ইয়াৰ লগতে কোৱা হৈছিল যে যোৱা কেইদিনমান তেওঁৰ বাবে অতি কঠিন আছিল।(Dhanashree Verma)

Sanjay Dutt: অভিনেত্ৰী দীপিকা পাডুকনক চতুৰ্থ পত্নী কৰিব বিচাৰিছিল সঞ্জয় দত্তই!

'দীপিকা মোৰ চতুৰ্থ পত্নী হ'ব পাৰিলেহেঁতেন'। দীপিকা পাডুকনক লৈ বিতৰ্কিত মন্তব্য সঞ্জয় দত্ত।(Sanjay Dutt)সম্প্ৰতি তৃতীয় পত্নী মন্যতা দত্তৰ সৈতে বাস কৰি আছে অভিনেতাগৰাকী।

Salman Khan: চলমান খানৰ নিৰাপত্তা বৃদ্ধি, বেলকনিত বুলেটপ্ৰুফ গ্লাছ আৰু ইলেক্ট্ৰিক ফেন্সিঙ সংস্থাপন

Salman Khan: চলমান খানৰ নিৰাপত্তা বৃদ্ধি, বেলকনিত বুলেটপ্ৰুফ গ্লাছ আৰু ইলেক্ট্ৰিক ফেন্সিঙ সংস্থাপন

Popular