মনোৰঞ্জন

Devoleena Bhattacharjee: পুত্ৰ সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী দেৱলীনা ভট্টাচার্য

টিভিৰ 'গোপী বহু' মাতৃ হ'ল, ঘৰলৈ আহিল সৰু কণমানি; দেৱলীনা-শ্বাহনাৱাজে তেওঁলোকৰ পুত্ৰ সন্তনক আদৰণি জনায়।(Devoleena Bhattacharjee)

Snowfall in Odisha:অভূতপূৰ্ব ঘটনাঃ শীতপ্ৰবাহে কাবু কৰা ওড়িশাত হিমপাত!

দেশৰ কেইবাখনো ৰাজ্যত এতিয়া শীতপ্ৰবাহে(Snowfall in Odisha) সংহাৰৰ সৃষ্টি কৰিছে। ইয়াৰ পৰা হাত সাৰিব পৰা নাই ওড়িশাও(Orissa)। ওড়িশাত শেহতীয়াকৈ বহু ঠাইৰ পৰা আহিছে হিমপাতৰ ঘটনাৰ খবৰ।

Guru Randhawa: কৃষক আন্দোলনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ গায়ক গুৰু ৰান্ধৱাৰ!

কৃষক আন্দোলনক লৈ ৰাজনীতি গৰম হোৱাৰ লগতে ছ’চিয়েল মিডিয়াতো এই আন্দোলনৰ সন্দৰ্ভত ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইফালে বিখ্যাত গায়ক গুৰু ৰান্ধৱাইও কৃষক আন্দোলন সন্দৰ্ভত এটা টুইট কৰিছে, অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিছে তেওঁৰ সেই টুইটো।(Guru Randhawa)

Allu Arjun: কিয় মৃত মহিলাগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰা নাই অভিনেতা আল্লু অৰ্জুনে?

আল্লু অৰ্জুন এতিয়ালৈকে সেই মৃত মহিলাগৰাকীৰ ৮ বছৰীয়া আহত শিশুটিক লগ কৰিবলৈ যোৱা নাই কিয়? সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে ক'লে 'মই চিন্তিত'।(Allu Arjun)

Saif Ali Khan: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ছেইফ আলী খানৰ প্ৰশ্ন, ‘আপুনি কিমান সময় জিৰণি লয়?’

কিছুদিন পূৰ্বে কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিছিল। তেতিয়া ছেইফ আলী খানে প্ৰধানমন্ত্ৰী মোডীক সুধিছিল যে তেওঁ দিনটোত কিমান সময় জিৰণি লয়?(Saif Ali Khan)

Popular