মনোৰঞ্জন

Naga Chaitanya Sobhita Dhulipala Wedding: ধামধুমেৰে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ দক্ষিণৰ অভিনেতা নাগা চৈতন্য আৰু সভিতা

নাগা-সভিতাৰ বিয়াৰ প্ৰথম ফটো প্ৰকাশ। পুত্ৰৰ বিয়াত পিতৃ নাগাৰ্জুনক পুত্ৰৰ কাষত থিয় হৈ বিয়া দৃশ্য দেখি হাঁহিছে।(Naga Chaitanya Sobhita Dhulipala Wedding)

Pushpa 2 Premiere: পুষ্পা ২ৰ প্ৰিমিয়াৰত আল্লু অৰ্জুনক চাবলৈ অনুৰাগীৰ ভিৰ, ভিৰত মৃত্যু মাতৃৰ, সংকটজনক অৱস্থাত পুত্ৰ

আল্লু অৰ্জুনক চাবলৈ অনুৰাগীসকলৰ মাজত সৃষ্টি হোৱা হেঁচা-ঠেলাত মৃত্যুক সাৱতিলে ৰেৱতী নামৰ এগৰাকী মহিলাই। আনহাতে মহিলাগৰাকীৰ কণমানি পুত্ৰৰ অৱস্থা সংকটজনক হৈ পৰে।(Pushpa 2 Premiere)

Spiritual Journey:আধ্যাত্মিক যাত্ৰাৰ ১২ বছৰঃ এক ব্যক্তিগত প্ৰতিফলন

১৯৩৬ চনত প্ৰতিষ্ঠা হোৱা আধ্যাত্মিক(Spiritual Journey) প্ৰতিষ্ঠান প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় হৈছে আধ্যাত্মিক বিকাশ(Personal Reflection) আৰু ৰাজযোগৰ শিক্ষাৰ প্ৰসাৰৰ বাবে উৎসৰ্গিত সংস্থা।

Pushpa 2: অন্ধ্ৰ চৰকাৰৰ সমৰ্থনত ‘পুষ্পা ২’ৰ টিকটৰ মূল্যবৃদ্ধি, মুখ্যমন্ত্ৰীক কি ক’লে আল্লুৱে?

বৃহস্পতিবাৰে মুক্তি পাব পুষ্পা ২। সমগ্ৰ দেশতে ছবিখনৰ টিকট বিক্ৰীক লৈ অনুৰাগীৰ মাজত এক উন্মাদনা সৃষ্টি হৈছে।(Pushpa 2)

Allu Arjun:’পুষ্পা ২’ মুক্তিৰ পূৰ্বে চকুলো টুকিলে আল্লু অৰ্জুনে? পৰিচালকে কি ক’লে অভিনেতাগৰাকীক

আল্লু অৰ্জুন আৰু ৰশ্মিকা মাণ্ডন্নাৰ বহু প্ৰত্যাশিত ‘পুষ্পা ২’ ছবিখন মুক্তি পাবলৈ বাকী আছে মাত্ৰ দুদিন। ছবিখনক লৈ অনুৰাগীৰ অপেক্ষাৰ অন্ত নাই। শেহতীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত ‘পুষ্পা ২’ অনুষ্ঠানত আল্লু অৰ্জুনৰ চকুত চকুলো দেখা গ'ল।(Allu Arjun)

Popular