মনোৰঞ্জন

Vivek Oberoi: কেৰিয়াৰৰ প্ৰত্যাহ্বানৰ মাজতো ১২০০ কোটি টকাৰ সম্পত্তিৰ গৰাকী বিবেক অবেৰয়

বৰ্তমান বিবেকৰ সম্পত্তিৰ পৰিমাণ ১২০০ কোটি টকা। তেওঁৰ সফলতাৰ প্ৰেৰণাদায়ক কাহিনীৰ বিষয়ে জানক।(Vivek Oberoi)আশা কৰা ধৰণে বিবেক অবেৰয়ৰ বলীউড যাত্ৰা বৰ বেছি ভাল নাছিল। কেইবাখনো হিট ছবিত অভিনয় কৰাৰ পিছতো বলিউদে বয়কট কৰিছিল তেওঁক।

Raha: পিতৃ-মাতৃৰ সৈতে ফুটবল খেল চোৱাত ব্যস্ত কণমানি ৰাহা, নীলা জাৰ্চিত দেখা গ’ল ৰণবীৰ আৰু ৰাহাক

কন্যা ৰাহা কাপুৰৰ সৈতে ফুটবল খেল চাবলৈ শনিবাৰে মুম্বাইত উপস্থিত হয় ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। ৰাহাক সদায় বেলেগ বেলেগ অভিব্যক্তি দিয়া দেখা যায়। ফুটবল খেলখন চাই থাকোঁতো ৰহাৰ বিভিন্ন অভিব্যক্তি দেখা গৈছিল যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।(Raha)

Blood: তেজৰ প্ৰকাৰে কি কয় আপোনাৰ ব্যক্তিত্বৰ বিষয়ে

আপোনাৰ তেজৰ প্ৰকাৰে আপোনাৰ ব্যক্তিত্ব প্ৰকাশ কৰিব পাৰেনে? এই ধাৰণাটো বহু বছৰ ধৰি মানুহৰ আগ্ৰহৰ বিষয় হৈ আহিছে। এই বিশ্বাস বিশেষকৈ জাপান আৰু দক্ষিণ...

Samantha Ruth: কন্যাৰ বিবাহ বিচ্ছেদৰ বাবে পিতৃৰ হৃদয় ভাঙি গৈছিল, কবিতা লিখি দুখ প্ৰকাশ কৰিছিল; সামান্থাৰ পিতৃৰ মৃত্যু

অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ পিতৃৰ মৃত্যু। ইফালে তেওঁৰ কিছুমান পুৰণি কথা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁ কন্যাৰ বিবাহ বিচ্ছেদ সম্পৰ্কেও কবিতা লিখি দুখ প্ৰকাশ কৰিছিল। সামান্থা আৰু নাগা চৈতন্য বিবাহৰ ৪ বছৰৰ পিছতে বিচ্ছেদ হয়।(Samantha Ruth)

Aishwarya Rai: নামৰ পৰা ‘বচ্চন’ উপাধি আঁতৰালে ঐশ্বৰ্য ৰায়ে

ঐশ্বৰ্য ৰায়ে নামৰ পৰা ‘বচ্চন’ উপাধি আঁতৰালে! অনুৰাগীয়ে নায়িকাগৰাকীক সমৰ্থন জনাই। শেহতীয়াকৈ ডুবাইত আয়োজিত গ্ল’বেল উইমেনছ ফ’ৰামৰ এক অনুষ্ঠানত অংশ লৈছিল ঐশ্বৰ্যই।(Aishwarya Rai)

Popular