মনোৰঞ্জন

Bollywood: ৰণবীৰে ফাদিল কৰিলে আলিয়াৰ গোপন তথ্য

বলীউডৰ দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে। অৱশ্যে স্বামী ৰণবীৰে এক ঘটনা প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীক আচৰিত কৰি তুলে। ছচিয়েল মিডিয়াত...

A R Rahman-Saira Banu: এ আৰ ৰহমানৰ কিমান সম্পত্তি পাব ছাইৰা বানুৱে? অধিবক্তাই স্পষ্ট কৰিলে

বিচ্ছেদৰ পিছত তেওঁৰ পত্নীয়ে স্বামীৰ সম্পত্তিৰ ৫০ শতাংশ জীৱিকা হিচাপে লাভ কৰিব। সকলোৱে তেনেকৈয়ে ভাবে। কিন্তু আইনৰ মতে সেয়া হ'বনে?(A R Rahman-Saira Banu)

Rashmika Mandanna: গোপনে প্ৰেম! মুকলি আকাশৰ তলত আহাৰ গ্ৰহণ কৰিলে বিজয়-ৰশ্মিকাই

ৰশ্মিকা মণ্ডন্না আৰু বিজয় দেৱেৰাকোণ্ডাৰ এখন ফটো ছ'চিয়েল মিডিয়াত বন জুইৰ দৰে বিয়পিছে। এই ছবিখনত ৰশ্মিকা আৰু বিজয়ক একেলগে খাদ্যৰ সোৱাদ লোৱা দেখা গৈছে।(Rashmika Mandanna)

Anil Kapoor: শ্বুটিঙৰ মাজতে পত্নীৰ সৈতে তাজমহল পৰিদৰ্শন অভিনেতা অনিল কাপুৰৰ

দেওবাৰে তাজমহল পৰিদৰ্শন কৰে চলচ্চিত্ৰ অভিনেতা অনিল কাপুৰ। যোৱা পাঁচ দিন ধৰি জয়পুৰ হাউচত চুবেদাৰ ছবিৰ শ্বুটিং কৰি আছে অভিনেতাগৰাকীয়ে। তেওঁক চাবলৈ তাজমহলত সমবেত হৈছিল তেওঁৰ অনুৰাগীসকল।(Anil Kapoor)

Ajaz Khan: ইনষ্টাগ্ৰামত ৫৬ লাখ ফ’ল’ৱাৰ থকাৰ পিছতো মাত্ৰ ১৫৫টা ভোট লাভ কৰিলে অভিনেতা আজাজ খানে

অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা আজাজ খানে মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত মাত্ৰ ১৫৫টা ভোট লাভ কৰাৰ বিপৰীতে ইনষ্টাগ্ৰামত তেওঁৰ ৫৬ লাখ ফ’ল’ৱাৰ আছে। এতিয়া তেওঁ নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ইভিএমক দোষাৰোপ কৰি নিজৰ পৰাজয়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।(Ajaz Khan)

Popular