Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মনোৰঞ্জন
Border 2: ২০২৬ৰ প্ৰথমখন হিট ছবি ছানী দেউলৰ ‘বৰ্ডাৰ ২’
যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে
Arijit Singh: নেপথ্য কণ্ঠশিল্পী হিচাপে গান নাগায় অৰিজিৎ সিঙে
Amit Shah Meet Vikrant Massey: ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ দলক সাক্ষাৎ গৃহমন্ত্ৰী অমিত শ্বাহৰ। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ প্ৰশংসাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উপভোগ কৰিলে...
অসম
দৈনন্দিন বাৰ্তা
-
November 23, 2024
বিক্ৰান্ত মেছিৰ ছবি ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ ছবিগৃহত মুক্তি পোৱাৰ ১ সপ্তাহ হ’ল। ৰাছি খান্না আৰু ৰিদ্ধি ডোগ্ৰাকো বিক্ৰান্ত মেছিৰ সৈতে ছবিখনত দেখা গৈছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ছবিখনৰ প্ৰশংসা কৰি টুইট কৰিছিল। শেহতীয়াকৈ অমিত শ্বাহে বিক্ৰান্ত আৰু একতা কাপুৰক সাক্ষাৎ কৰে।
Salman Khan: ৮৮ বছৰ বয়সত ভিনটেজ বাইক চলালে ছলমান খানৰ পিতৃয়ে, কাষতে থিয় হৈ চাই থাকিল ছলমানে
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 22, 2024
৮৮ বছৰ বয়সত চেলিম খানে এখন ভিনটেজ বাইক চলালে, ছলমান খানে তেওঁৰ কাষত থিয় হৈ চাই থাকিল, বাইকখনৰ মূল্য ৯,৪৯,০০০ লাখ টকা।(Salman Khan)
AR Rahman Saira Banu: এ আৰ ৰহমান আৰু মোহিনী দেৰ মাজত কি সম্পৰ্ক? জানক প্ৰকৃত সত্য
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 21, 2024
এ.আৰ. ৰহমান ছাইৰা বানুৰ বিবাহৰ ২৯ বছৰৰ পাছত বিচ্ছেদৰ সিদ্ধান্ত লয়, তাৰ পিছতে ৰহমানৰ গীটাৰিষ্ট মোহিনী দেয়েও বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। শেহতীয়াকৈ অধিবক্তাগৰাকীয়ে দুয়োৰে মাজৰ সংযোগৰ বিষয়ে মুকলিকৈ কয় আৰু দুয়োৰে মাজত কি চলি আছে সেই কথাও জনাই।(AR Rahman Saira Banu)
Bollywood:পৰিচালক ৰাকেশ ৰোচনৰ অন্তিমখন ছবি হ’ব পুত্ৰ ঋত্বিকৰ ‘কৃষ-৪’
মনোৰঞ্জন
দৈনন্দিন বাৰ্তা
-
November 20, 2024
'krish-4' । নিজৰ কেৰিয়াৰত নায়ক হিচাপে হাৰ্টথ্ৰব আছিল তেওঁ, সেয়েহে পৰিচালক হিচাপেও হিট চিনেমা আগবঢ়াই আহিছে ৰাকেশ ৰোশনে । ‘কৰণ-অৰ্জুন’ৰ পৰা আৰম্ভ কৰি ‘কহো না প্যাৰ হায়’ বা শেহতীয়া ‘ ‘কৃষ’’লৈকে ৰাকেশে ছবি নিৰ্মাণৰ ক্ষেত্ৰত অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিছে। অৱশ্যে বলীউডৰ এই প্ৰভাৱশালী পৰিচালকজনে পৰিচালনা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তেওঁৰ পুত্ৰৰ সৈতে তেওঁৰ শেষ চিনেমা হ’ব ‘কৃষ ৪’
Shah rukh khan। শ্বাহৰুখ খানে পুত্ৰ আৰিয়ান খানৰ প্ৰথম ছিৰিজ আৰু মুক্তিক লৈ কংগনা ৰনৌতৰ প্ৰতিক্ৰিয়া
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 20, 2024
Shah rukh khan। শ্বাহৰুখ খানে তেওঁৰ পুত্ৰ আৰিয়ান খানৰ প্ৰথম ছিৰিজ ঘোষণা কৰিছে আৰু ইয়াৰ মুক্তিৰ বিষয়ে জনায় । শ্বাহৰুখ খান আৰু গৌৰী খানৰ প্ৰযোজনা গৃহ ৰেড চিলিজে আৰিয়ান খানৰ প্ৰথম ছিৰিজৰ বাবে নেটফ্লিক্সৰ সৈতে সহযোগিতা কৰিছে । গৌৰী খানে পুত্ৰ আৰিয়ান খানৰ প্ৰথম ছিৰিজ প্ৰযোজনা কৰিছে । নিশা, শ্বাহৰুখ খান আৰু নেটফ্লিক্সে আৰিয়ান খানৰ প্ৰথম ছিৰিজ ঘোষণা কৰে । এতিয়া আৰিয়ান খানৰ প্ৰথম ছিৰিজৰ প্ৰতি কংগনা ৰনৌতৰ প্ৰতিক্ৰিয়া আহিছে ।
1
...
68
69
70
...
94
Page 69 of 94
Popular
Border 2: ২০২৬ৰ প্ৰথমখন হিট ছবি ছানী দেউলৰ ‘বৰ্ডাৰ ২’
দৈনন্দিন বাৰ্তা
-
January 29, 2026