মনোৰঞ্জন

Tiger Shroff Baaghi 4: অতি শীঘ্ৰে ছবি গৃহলৈ আহি আছে Baaghi 4, মুকলি হ’ল প্ৰথমখন পোষ্টাৰ

টাইগাৰ শ্ৰফৰ বহু প্ৰত্যাশিত ছবি ‘বাঘী ৪’ৰ প্ৰথমখন পোষ্টাৰ মুক্তি হ'ল। কিছুদিনৰ পূৰ্বে টাইগাৰে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত বাঘী ৪ ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰিছিল।(Tiger Shroff Baaghi 4)

Diljit Dosanjh: য’ত মোৰ শ্ব’ হ’ব তাতে DRY DAY ঘোষণা কৰক, মই সুৰাৰ ওপৰত গান নাগাওঁঃ কণ্ঠশিল্পী দিলজিৎ দোচাঞ্জ

পাঞ্জাবী গায়ক তথা অভিনেতা দিলজিৎ দোচাঞ্জৰ দিল-লুমিনাটি ভ্ৰমণত এইকেইদিন। দেশৰ বিভিন্ন ৰাজ্যত তেওঁৰ কনচাৰ্টৰ আয়োজন কৰা হৈছে। য’ত তেওঁৰ বহু সংখ্যক অনুৰাগী উপস্থিত থাকে। শেহতীয়াকৈ হায়দৰাবাদৰ কনচাৰ্টৰ সময়ত কণ্ঠশিল্পীগৰাকীয়ে চৰকাৰক মুকলিকৈ প্ৰত্যাহ্বান জনাইছে।(Diljit Dosanjh)

nayanthara: ২০০ কোটি সম্পত্তিৰ গৰাকী অভিনেত্ৰী নয়নতাৰাৰ আজি জন্মদিন, ৪০ বছৰীয়া হ’ল অভিনেত্ৰীগৰাকী

ছুপাৰষ্টাৰৰ প্ৰেমত ধৰ্ম সলনি কৰিলে, কিন্তু সম্পৰ্ক বিচ্ছেদ হ’ল। তাৰ পিছত পৰিচালকৰ পত্নী হ’ল, এই বিশেষ অভিনেত্ৰীগৰাকী ৪০ বছৰীয়া হ’ল।(nayanthara)

Zubeen Garg: আজি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ওপজা দিন, অনুৰাগীয়ে গীত গাই শুভেচ্ছা জনালে জুবিনক

জোনালীস্থিত ষ্টুডিঅ’ত জুবিন গাৰ্গৰ জন্মদিনৰ দিনা ভিৰ পৰিল অনুৰাগীৰে। গীত গাই অনুৰাগীয়ে জুবিনক জনালে শুভেচ্ছা। (Zubeen Garg Birthday)

Miss Universe 2024: ১২০খন দেশৰ সুন্দৰীক পৰাস্ত কৰি ‘মিছ ইউনিভাৰ্ছ’ হ’ল ডেনমাৰ্কৰ ২১ বছৰীয়া ভিক্টোৰিয়া

ডেনমাৰ্কৰ ভিক্টোৰিয়া কেজাৰ থালভিগে ২০২৪ চনৰ বাবে ‘মিছ ইউনিভাৰ্ছ’ৰ খিতাপ লাভ কৰে। এই মুকুট প্ৰথমবাৰৰ বাবে ডেনমাৰ্কলৈ গৈছে।(Miss Universe 2024)

Popular