মনোৰঞ্জন

Drama Jui: বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত ‘জুই’

বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত 'জুই'(Drama Jui)। এই জুই এনেকৈ সম্প্ৰসাৰিত হৈ পৰে যে জুই চাই থকা দৰ্শকসকলে মাঘ মহীয়া জুইৰ উত্তাপ লৈহে যেন বহি আছে। যেন জুই এৰি কোনো উঠি যাব নোৱাৰে।

Raha Kapoor Birthday: দুবছৰীয়া হ’ল ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা

২০২৪ চনৰ ৬ নৱেম্বৰত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ কন্যা ৰহা কাপুৰৰ দ্বিতীয় জন্মদিন উদযাপন।(Raha Kapoor Birthday)

Ramayana Part 1: ২০২৬ৰ দীপাৱলীত ‘ৰাম-সীতা’ ৰূপে আহিব ৰণবীৰ-ছাই, ঘোষণা ‘ৰামায়ণ’ৰ মুক্তিৰ তাৰিখ

২০২৬ চনৰ দীপাৱলীত ‘ৰাম-সীতা’ হিচাপে আহিব ৰণবীৰ কাপুৰ-ছাই পল্লৱী। ‘ৰামায়ণ’ৰ দুয়োটা খণ্ডৰ মুক্তিৰ তাৰিখ ঘোষণা(Ramayana Part 1)

Bhupen Hazarika Death Anniversary: হেম গগৈৰ বাঁহীৰ সুৰ, ঢোল-পেপাঁৰ মাতত প্ৰাণ পাই উঠিছিল সুধাকণ্ঠৰ কালজয়ী গীত

৭০ দশকত ভূপেনদাৰ গীতত বাদ্য যন্ত্ৰ সংগত কৰা চহা শিল্পী হেম গগৈয়ে তেওঁৰ মৃত্যু তিথিত এইদৰে স্মৰণ কৰিলে।(Bhupen Hazarika Death Anniversary)

Shah Rukh Khan: ধূমপান ত্যাগ কৰিলে শ্বাহৰুখ খানে, জন্মদিনৰ দিনাই এই কথা প্ৰকাশ কৰে বলীউড ছুপাৰষ্টাৰগৰাকীয়ে

ধূমপান ত্যাগ কৰিছে শ্বাহৰুখ খানে। জন্মদিনৰ দিনাই এই কথা প্ৰকাশ কৰে বলীউড ছুপাৰষ্টাৰগৰাকীয়ে। ২ নৱেম্বৰত ৫৯ বছৰ বয়সত ভৰি দিলে কিং খানে। (Shah Rukh Khan)

Popular