মনোৰঞ্জন

Shah Rukh Khan: শ্বাহৰুখৰ অসংখ্য ভুলৰ ক্ষমা গৌৰীৰ! ৩৩ বছৰে কিদৰে সংসাৰ চলাই নিছে গৌৰীয়ে

শ্বাহৰুখৰ ক'লে “গৌৰী ইমান ভাল মাতৃ হ’ব বুলি মই কেতিয়াও ভবা নাছিলো। ল’ৰা-ছোৱালীৰ লগত সহজে মিলি নাযায় গৌৰী।”(Shah Rukh Khan)

National Film Festival 2024: জ্যোতি চিত্ৰবনত ২৬ অক্টোবৰৰ পৰা চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ

চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ লগতে ভাৰতৰ কেবাহাজাৰ বৰ্ষ পুৰণি সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যক শ্ৰদ্ধা জ্ঞাপনৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ(National Film Festival 2024) ২৬ আৰু ২৭ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব। গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত ৫০খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে(Jyoti Chitraban)

Salman Khan: মৃত্যুৰ ভাবুকি, কিন্তু ছলমানে লৈছে ৰিস্ক! ‘সিংহাম আয়েন’ৰ শ্বুটিং ক’ত কৰিব ভাইজানে

নিজৰ জীৱনলৈ ভয় কৰিলেও তেওঁ নিজৰ কথা ভংগ কৰিবলৈ ইচ্ছুক নহয়। গতিকে তেওঁ ৰোহিত শ্বেট্টীৰ ছবি ‘সিংহাম আগান’ত অভিনয় কৰিবই।(Salman Khan)

Alia Bhatt: বিয়াৰ গোলাপী ৰঙৰ লেহেংগা দীপাৱলী অনুষ্ঠানত পিন্ধিলে অভিনেত্ৰী আলিয়া ভাটে

পুৰণি কাপোৰ পিন্ধি বাৰে বাৰে আলিয়াক কিয় দেখা যায়? অনুৰাগীৰ মনত তেনে এক প্ৰশ্ন! আলিয়া ভাটক বিয়াৰ মেহেন্দী গোলাপী ৰঙৰ লেহেংগা পিন্ধা দেখা গ'ল দীপাৱলী অনুষ্ঠানত।(Alia Bhatt)

12th Fail: টুৱেলফথ্ ফেইল- যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়

প্রযুক্তিগত বিশ্বত অসমীয়া কিতাপৰ ভৱিষ্যৎ কি হ’ব সেই বিষয়ে সকলোৰে মনত প্রশ্ন উদয় হয়। এটা কথা মনত ৰখা ভাল যে ছপা কিতাপৰ আদৰ সদায় থাকিব।তাত কোনো সন্দেহ কৰিব নালাগে(12th Fail)।কিয়নো ছপা কিতাপ এখন পঢ়ি যি আনন্দ পোৱা যায় তেনে আনন্দ আন কোনো মাধ্যমত পোৱা নাযায় সেই কথা কিতাপ অধ্যয়ন কৰা সকলোৰে একমত হ’ব।

Popular