মহাবীৰ একুৱা পুনৰ খোলাৰ বাবে নতুন কৌশল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ

জুবিন গাৰ্গ হত্যা গোচৰৰ অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ নতুন খেল।

সিদ্ধাৰ্থই বিনিয়োগ কৰা ধন ওভতাব সিদ্ধাৰ্থৰ ব্যৱসায়ৰ অংশীদাৰ চেতন ধীৰাচেৰীয়াই।

মহাবীৰ একুৱা পুনৰ খোলাৰ বাবে নতুন কৌশল সিদ্ধার্থ শৰ্মাৰ সিদ্ধার্থই বিনিয়োগ কৰা ধন ওভতাব সিদ্ধাৰ্থৰ ব্যৱসায়ৰ অংশীদাৰ চেতন ধীৰাচেৰীয়াই।

সিদ্ধাৰ্থৰ অংশীদাৰী ধন ওভতাবলৈ আদালতত আবেদন ধীৰাচেৰীয়াৰ।

আদালতে আবেদন মঞ্জুৰ কৰিলে ধন ওভতাই দিয়াৰ প্ৰস্তাৱ ধীৰাচেৰীয়াৰ।

প্ৰস্তাৱৰ উত্তৰ বা আপত্তি দর্শাবলৈ চৰকাৰী অধিবক্তাই বিচাৰিলে সময়।

৩ অক্টোবৰত চেতন ধীৰাচেৰীয়াৰ আবেদনৰ শুনানিৰ দিন ধার্য।

Related Articles