আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন।

মুম্বাইস্থিত জুবিন গাৰ্গৰ বাসগৃহত গৰিমা শইকীয়া গাৰ্গে পালন কৰিলে জুবিনৰ জন্মদিন।
ফুলেৰে সজাই তুলিছে জুবিন গাৰ্গৰ প্ৰতিছবি।

মুম্বাইত এইদৰেই মৰমৰ গ’ল্ডীৰ জন্মদিন উদযাপন গৰিমা শইকীয়া গাৰ্গৰ।