যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ চিকিৎসকক।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ হৃষিকেশ।
ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডাঃ হৃষিকেশক।
বৃহস্পতিবাৰে বিয়লিৰ ভাগত এগৰাকী যুৱতীক স্বাস্থ্য পৰীক্ষা কৰাৰ অজুহাতত যৌন আতিসাহ্য চলাইছিল চিকিৎসকজনে।
ঘটনাৰ পাছতেই ভুক্তভোগী যুৱতী গৰাকীয়ে গোচৰ তৰিছিল ভঙাগড় থানা আৰু পানবজাৰ মহিলা আৰক্ষী থানাত।

