লণ্ডনৰ ৰাজপথত সাহায্য সংগ্ৰহ অভিনেত্ৰী-নৃত্যশিল্পী মেঘৰঞ্জনী মেধীৰ।
উজনিৰ প্ৰলয়ংকাৰী বানৰ বন্যাৰ্তৰ বাবে লণ্ডনৰ ৰাজপথত সাহায্য বিচাৰি গীত গালে অভিনেত্ৰীগৰাকীয়ে।
গীত গোৱাৰ লগতে কথক নৃত্যও প্ৰৰ্দশন কৰে অভিনেত্ৰী মেঘৰঞ্জনী মেধীয়ে।
সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰে এই বিশেষ ভিডিঅ’।

