মৃত্যুক আকোঁৱালি ল’লে মৃদুমুদ্ৰা ডেকাই।
নলবাৰীৰ গংগাপুৰত লাভ জেহাদৰ বলি হোৱা কিশোৰীগৰাকী চিকিৎসাধীন অৱস্থাত মৃত্যু।
ৰোজ আলীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল কিশোৰীগৰাকী।
GMCHত শেষ নিশ্বাস ত্যাগ ৰ’জ আলীৰ আক্ৰমণত আহত মৃদুমুদ্ৰাৰ।
৩১ মে’ত লাভ জেহাদৰ বলি হৈছিল মৃদুমুদ্ৰা আৰু ভাতৃ মাধুৰ্য
ৰ’জ আলীৰ আক্ৰমণত মৃদু মুদ্ৰাৰ ভাতৃ মাধুৰ্য বৰ্মনৰ থিতাতে মৃত্যু হৈছিল।
অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে মৃদুমুদ্ৰা ডেকাই।

