June 18, 2026 সত্ৰীয়া সংস্কৃতিৰ সাধক মাণিক বৰবায়নলৈ বিষ্ণু ৰাভা বঁটা Share FacebookTwitterWhatsAppTelegramKooEmail ২০২৬ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা ঘোষণা। সত্ৰীয়া সংস্কৃতিৰ সাধক মাণিক বৰবায়নলৈ বিষ্ণু ৰাভা বঁটা। কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদানৰ বাবে মাণিক বৰবায়নলৈ ৰাজ্যিক পৰ্যায়ৰ সন্মানীয় বিষ্ণু ৰাভা বঁটা ঘোষণা। Author: দৈনন্দিন বাৰ্তা Related Articles মচি পেলোৱা হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি… দৈনন্দিন বাৰ্তা - June 18, 2026 NEET-UG পৰীক্ষাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক, স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ দৈনন্দিন বাৰ্তা - June 17, 2026 ৰাজ্য চৰকাৰৰ ৩ অসামৰিক বঁটা ঘোষণা দৈনন্দিন বাৰ্তা - June 17, 2026