সৰুপথাৰ সম জিলা উৰিয়ামঘাট থানাৰ অন্তৰ্গত নতুন ৰজাপুখুৰীত সদৌ অসম কুড়ুখ ওৰাও সাহিত্য সভাৰ গোলাঘাট জিলা সমিতি আৰু উৰিয়ামঘাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ২৪ তম্ প্ৰতিষ্ঠাপক দিৱসৰ উপলক্ষে পুৱা ৮ বজাত চপাই অভিযান পুৱা ৯ টা বজাত পতাকা উত্তোলন কৰে ভেনচন কেৰকেটা সাহিত্য সভা সভাপতি।
পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পণ কৰে গাঁও প্ৰধান বাচিল তিকীপ্ৰাক্তন পঞ্চায়ত সভানেত্ৰী মেৰি তিকীপুৱা ১১:০০ বজাত মুকলি সভা আয়োজন কৰে, সভা সভাপতি কৰে ভেনচন কেৰকেটা সাহিত্য সভাৰ সভাপতি গোলাঘাট জিলা সমিতিৰ উক্ত সভাত উপস্থিত মুখ্য অতিথি মাকচিউচ এক্কা সন্মানীয় অতিথি বাচিৱ মিকী, ফিলিমন মিঞ্জ , অজয় কিনদ আৰু প্ৰাক্তন পঞ্জ্যত অভিনেত্ৰী মেৰি তিকী , সাহিত্য সভাৰ গোলাঘাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক জেমছ কেৰকেটা, লুকাচ মিঞ্জ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিতিত কুড়ুখ সকল সাংস্কৃতিক কলা নৃত্য দেখোৱে দিন যোৱাৰ কাৰ্যসূচী সফল কৰে।

