পদ্মশ্ৰী বঁটা প্ৰাপক, সংগীত নাটক একাডেমী বঁটা বিজয়ী প্ৰবীণ ভাস্কৰ্য শিল্পী, শিল্প পৰিচালক, আধুনিক অসমীয়া মঞ্চকলাৰ পথপ্ৰদৰ্শক নুৰুদ্দিন আহমেদক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় প্ৰাধ্যাপক হিচাপে নিযুক্তি ৷
বিশিষ্ট ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদৰ লগতে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীকো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় প্ৰাধ্যাপক হিচাপে নিযুক্তি।

