সাহিত্য সংস্কৃতি

Nepali Sahitya Sabha: অসম নেপালী সাহিত্য সভাৰ বঁটা ঘোষণা

অসম নেপালী সাহিত্য সভাৰ(Nepali Sahitya Sabha) আগন্তুক কেন্দ্ৰীয় অধিবেশনত প্ৰদান কৰিবলগীয়া বঁটাসমুহ আজি আনুষ্ঠানিকভাবে ঘোষণা কৰা হয়।

Art and Culture: মনোবিজ্ঞানৰ ধাৰণাৰে উত্তৰ-পূব ভাৰতৰ শিল্প সংস্কৃতিক বিশ্লেষণ কৰাৰ প্ৰয়োজন আছেঃ কলা সমালোচক জ্যোতি খাটনিয়াৰ

উত্তৰ-পূব ভাৰতৰ বিভিন্ন কলা(Art and Culture), সাহিত্যৰ সৃষ্টিৰাজিক বিখ্যাত মনস্তত্ত্ববিদ ছিগমাণ্ড ফ্ৰয়ড আৰু কাৰ্ল গুস্তাভ য়ুঙৰ চিন্তাৰ মাজেৰে বিশ্লেষণ কৰাৰ সুযোগ আছে।

Mising Students’ Union: চিলাপথাৰ কলেজত মিচিং ছাত্ৰ সন্থাৰ উদ্যোগত ‘ভাষা গৌৰৱ সপ্তাহ’ উদযাপন

অসমীয়া ভাষাই দ্ৰূপদী ভাষাৰ স্বীকৃতি লাভৰ উদ্দেশ্যৰে ৰাজ্যজুৰি অসম চৰকাৰৰ নিৰ্দেশত 'ভাষা গৌৰৱ সপ্তাহ' পালন কৰা হৈছে। আজি চিলাপথাৰ কলেজৰ প্ৰেক্ষাগৃহত সদৌ মিচিং ছাত্ৰ সন্থা(Mising Students' Union) কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চিলাপথাৰ টাউন সমিতিৰ সহযোগত পালন কৰা হয় ভাষা গৌৰৱ সপ্তাহ।

Ratan Naval Tata: ভাৰতৰ ৰতনৰ প্ৰস্থান…

আজি শ্ৰী ৰতন টাটাজীৰ(Ratan Naval Tata) মৃত্যুৰ এমাহ পূৰ্ণ হ'ল। যোৱা মাহৰ আজিৰ দিনটোতে, যেতিয়া মই তেওঁৰ মৃত্যুৰ খবৰ পাইছিলো, মই সেই সময়ত আছিয়ান সন্মিলনলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাই আছিলো।

Popular