সাহিত্য সংস্কৃতি

Kabita Kabita Lagaa Gan: শ্ৰুতিমধুৰ গীত ‘কবিতা কবিতা লগা গান’

সংগীতৰ শ্ৰুতিমধুৰতাৰ যি ধাৰা সেয়া ‘কবিতা কবিতা লগা গান’(Kabita Kabita Lagaa Gan) শীৰ্ষক গীতটিয়ে সুন্দৰভাৱে ধৰি ৰাখিবলৈ সক্ষম হোৱাৰ বাবে গীতটিৰ সংগীতকাৰ, গীতিকাৰ, সুৰকাৰ মানস হাজৰিকা, ভিডিঅ’ পৰিচালনা তথা সম্পাদনাৰ কাম কৰা অন্তৰীপ হাজৰিকা তথা গীতটি সাৱলীল অভিনয়েৰে প্ৰাণময়(Shrutimodhur Git) কৰি তোলা নীল দাস আৰু মেঘৰঞ্জনী মেধিকো মনীষা হাজৰিকাই প্ৰশংসা কৰে৷

Ronga Shimoloor Rodot: ধেমাজি গ্ৰন্থমেলাত যুৱকবি মিণ্টু দাসৰ কাব্যগ্ৰন্থ ‘ৰঙা শিমলুৰ ৰ’দত’ উন্মোচন

সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত ৯ দিনীয়াকৈ অনুষ্ঠিত হোৱা তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱৰ কালি দ্বিতীয় দিনাৰ সন্ধিয়াৰ অন্তিম কাৰ্যসূচী কবি সন্মিলনত ১৪ বাৰকৈ ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰ আৰু বঁটাৰে সন্মানিত ধেমাজিৰ যুৱকবি মিণ্টু দাসৰ নৱতম কাব্য সংকলন 'ৰঙা শিমলুৰ ৰ'দত'(Ronga Shimoloor Rodot) উন্মোচন হৈ যায়।

BPL Nita Ambani: আইপিএল চলোৱা নীতা আম্বানী বনাম বিপিএলৰ ‘নীতা আম্বানী’

বহুকেইটা সৃষ্টিৰ আধাৰেই হ’ল সাহিত্য। ইয়াৰ মাজত গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ-নিৱন্ধ আৰু নাটকেই প্ৰধান(BPL Nita Ambani)। এটা গল্পই প্ৰচাৰ লাভ কৰি নাট্যৰূপ পোৱালৈকে সাহিত্যমুদীৰ মাজত যিদৰে চৰ্চা লাভ কৰে সেইদৰে নাট্যৰূপ পোৱাৰ পিছতো মূল কাহিনীটো কেনেধৰণে ব্ৰতী থাকে সেয়া নাট পৰিৱেশনৰ ওপৰত নিৰ্ভৰ কৰে(IPL Nita Ambani)।

Bismay:’বিস্ময়’ক জীয়াই ৰাখিলে শশীদা সদায় জীয়াই থাকিব- জুবিন গাৰ্গ

অসমৰ সাহিত্যজগত উকা কৰি, নৱপ্ৰজন্মৰ হাতত কলম তুলিবলৈ শিকোৱা, কাকত-আলোচনী পঢ়িবলৈ উদ্বুদ্ধ কৰা শশীদাৰ স্বৰ্গগামী হোৱা বাতৰিয়ে আবেগিক কৰিছে। মাত্ৰ ২৩ বছৰ বয়সত, যি সময়ত অসমৰ কাকত আলোচনী মুষ্টিমেয় একাংশ লোকেহে পঢ়িছিল, তেনে সময়তে সকলো স্তৰৰ পঢ়ুৱৈয়ে পঢ়িব পৰাকৈ বিস্ময় যুৱকজনে 'বিস্ময়'(Bismay) প্ৰকাশ কৰি অসমৰ বৌদ্ধিক জগতখনৰ বিকাশৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্থাপন কৰিছিল, সেইগৰাকী দূৰদৰ্শী সাংবাদিক, সাহিত্যিক শশী ফুকন ডাঙৰীয়াৰ মৃত্যু অসমৰ বৌদ্ধিক জগতৰ বাবে দুঃখজনক খবৰ(Zubeen Garg)

Book Fair Dhemaji । ৯ দিনীয়া তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ২০২৪ৰ শুভাৰম্ভ

( Dhemaji )গ্ৰন্থক বাদ দি জীৱন গঢ়াৰ উপায় নাই, সংগ্ৰাম কৰি জীয়াই থকা ভাষাটোৱেই হল অসমীয়া ভাষা, এই মন্তব্য সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মাৰ ৷ (Book Fair Dhemaji ) উদুলিমুদুলি ধেমাজি গ্ৰন্থ উৎসৱৰ বাকৰি ৷ আজিৰে পৰা ন দিনীয়াকৈ ধেমাজিৰ ঐতিহাসিক কাছাৰী ময়দানৰ বাকৰিত অনুষ্ঠিত হৈছে তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ৷

Popular