সুৰাপায়ীলৈ দুঃখবৰ।
ৰাজ্যত পুনৰ বৃদ্ধি পালে বিলাতী সুৰাৰ দাম।
২৩ শতাংশ পৰ্যন্ত সুৰাৰ দাম বৃদ্ধি আবকাৰী বিভাগৰ।
৫ শতাংশ এলকহলযুক্ত বীয়েৰৰ দাম ৪০ টকা পৰ্যন্ত বৃদ্ধি।
৫ শতাংশৰ অধিক এলকহলযুক্ত বীয়েৰৰ দাম বৃদ্ধি ৩০ টকা পৰ্যন্ত।
সাধাৰণ হুইস্কী আৰু RUMত বৃদ্ধি ৫ৰ পৰা ৮ শতাংশ পৰ্যন্ত দাম।
৭ৰ পৰা ১০ শতাংশ দাম বৃদ্ধি এলিজেণ্ট শাখাৰ হুইস্কী আৰু ৰামত।
দাম বৃদ্ধিৰ ফলত ১৭০ টকাৰ বীয়েৰৰ দাম হ’লগৈ ২০১ টকা।
৪৮০ টকা মূল্যৰ হুইস্কীৰ দাম হ’লগৈ ৫০০ টকা।
প্ৰিমিয়াম বেণ্ডৰ সুৰাত ৩৫০ টকাকৈ বৃদ্ধি।

