সোণাপুৰৰ জুবিন ক্ষেত্ৰত বলিউডৰ অভিনেতা বিবেক সিনহা।
৪ জুলাইত তেজপুৰত অনুষ্ঠিত হ’বলগীয়া জোনাক পল ইনিছিয়েটিভ ডি পিকক এছিভাৰ এৱাৰ্ড ২০২৬ত অংশগ্রহণৰ বাবে অসমত উপস্থিত হয় অভিনেতাগৰাকী।
উল্লেখযোগ্য যে বলিউডৰ ধুৰন্ধৰ ছবিত অভিনয় কৰা অভিনেতাগৰাকীয়ে তেজপুৰ যোৱাৰ পথত জুবিন ক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

