সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত বলীউডৰ যশস্বী কণ্ঠশিল্পী কুনাল গাঞ্জাৱালা

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত বলীউডৰ যশস্বী কণ্ঠশিল্পী কুনাল গাঞ্জাৱালা।

প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি স্মৰণ কৰিলে জুবিন সান্নিধ্যৰ কথা।

শেহতীয়াকৈ শিল্পীগৰাকীয়ে জুবিন গাৰ্গৰ সোঁৱৰণত এটি বিশেষ গীতত কণ্ঠদান কৰি ৰাজ্যজুৰি লাভ কৰিচে চৰ্চা।

Related Articles